Site icon Guwahati Times

BIKE THIEVES CAUGHT RED HANDED.

BIKE THIEVES CAUGHT RED HANDED.

নগাঁও আৰক্ষীৰ বৃহত সাফল্য।
নগাঁৱত তিনি বাইক চোুৰক আতক।আতকাধীন চোৰ কেইটাৰ নাম ৱাছিম খণ্ডকাৰ, আতিকুৰ ৰহমান, ইকবাল আলি। নগাঁও PWD আফিচৰ পৰা AS 02A 6361 নম্বৰৰ বাইক খন চোৰি কৰিছিল।বত্তমান চোৰ কেইটা নগাঁও আৰক্ষীৰ জীম্মাত।

Exit mobile version