Site icon Guwahati Times

মিডিয়া একাদশ আৰু জুবিন গাৰ্গ একাদশৰ খেলত ২-০ গলত জয়লাভ জুবিন গাৰ্গ একাদশৰ।

মিডিয়া একাদশ আৰু জুবিন গাৰ্গ একাদশৰ খেলত ২-০ গলত জয়লাভ জুবিন গাৰ্গ একাদশৰ।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জজ খেলপথাৰত ফুটবলত শ্বট ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সন্ধিয়া UBC প্ৰবীণ ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মিডিয়া একাদশ আৰু জুবিন গাৰ্গ একাদশৰ খেলত ২-০ গলত জয়লাভ জুবিন গাৰ্গ একাদশৰ। জুবিন গাৰ্গ একাদশৰ হৈ গল দুটা দিয়ে কণ্ঠশিল্পী বাবু আৰু অপূৰ্ব বণিয়াই।

ইফাল মিডিয়া একাদশৰ গলকীপাৰৰ ৰূপত দেখা গল গুৱাহাটী টাইমছৰ জেষ্ঠ সাংবাদিক ৰূপক বৈশ্যক।

গুৱাহাটীৰ পৰা সঞ্জয় কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version