Site icon Guwahati Times

বঙাইগাঁও জিলাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিয়ে অগ্নিপথ আঁচনিৰ ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগ ২৯ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাওঁ চহৰৰ দেউৰীপাৰাস্থিত ৰাজহুৱা খেলপথাৰত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ প্ৰাথমিক শিবিৰৰ আৰম্ভ কৰে।

জানিব পৰামতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত সভাপতি কৃষ্ণ মোহন ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়

উক্ত সভাত ছাপৰাকাটা এছ এছ বিৰ কেপ্টেইন ,সমাজ সেৱীকা লিনা সিংহ আদিয়ে ভাষণ দিয়ে।

ইয়াৰ পিছতেই আৰম্ভ হয় পাঁচ শতাধিক যুৱক যুৱতীৰ কেতবোৰ দিশত বিভিন্ন প্ৰশিক্ষণৰ কাৰ্যসূচী

Exit mobile version