২৭ বছৰ বয়সতে মৃত্যু বলিউদ অভিনেতা মোহিত বাঘেলৰ

1 min read

গুৱাহাটী: দীৰ্ঘদিনৰ পৰা কেন্সাৰৰ সৈতে যুঁজি আছিল অভিনেতাজনে।

কমেডি চৰিত্ৰৰে দৰ্শক মাজত সুকীয়া আসন দখল কৰিছিল বাঘেলে।

চলমান খানৰ লগতে বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীৰ সৈতে কাম কৰিছিল বাঘেলে।

ৰেডী, জবৰিয়া জ’ৰি ছবিত তেওঁৰ কমেডি চৰিত্ৰত অভিনয়ত সকলোৱে শলাগ লৈছিল।

You May Also Like

More From Author