গুৱাহাটী: মহাৰাষ্ট্ৰত আৱদ্ধ হৈ পৰা বৰাকৰ শ্ৰমিক সকলক বিমানযোগে আজি শিলচৰ প্ৰেৰন কৰিব অভিনেতা ছনুয়ে ৷
এয়াৰ এছিয়া বিমানেৰে মুম্বাই ছত্ৰপতি শিবাজী বিমানবন্দৰৰ পৰা ১৭০ জন বৰাকৰ শ্ৰমিকক শিলচৰ প্ৰেৰন কৰিব ছনুৱে ৷ কুম্ভিৰগ্ৰাম বিমানবন্দৰত দিনৰ ১২- ১০ বজাত অৱতৰন কৰিব বিমানখন ৷
এই বিমানত 24 জন হোজাই আৰু ১০ জন গৌহাটীৰ শ্ৰমিক আছে৷প্ৰশাষনে গৌহাটীৰ বিমানেৰে শিলচৰৰ পৰা গৌহাটী প্ৰেৰন কৰিব ৷

