#BreakingNews: আজি ৰাজ্যত ঘোষণা হ’ব ক’ভিডৰ নতুন SOP

1 min read

◾️ আজি ৰাজ্যত ঘোষণা হ’ব ক’ভিডৰ নতুন SOP
◾️ বহু ক্ষেত্ৰত ক’ভিড নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা
◾️ দোকান-পোহাৰ খোলা ৰখাৰ সময় বৃদ্ধিৰ সম্ভাৱনা
◾️ সন্ধিয়া ৬ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সম্ভাৱনা
◾️ সন্ধিয়া ৭ বজাৰ পৰা বলৱৎ হ’ব পাৰে সান্ধ্য আইন
◾️ আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ সম্ভাৱনা ক্ষীণ

You May Also Like

More From Author