BTAD ৰ অন্তৰ্গত ৩৩ নং ননৈ ছেৰফাং সমষ্টিত যোৱা ২০১৫-১৬ বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা BTC উন্নয়ন পুঁজিৰ প্ৰায় ৮ লাখ টকাৰ ব্যয়ৰে ওদালগুৰিৰ হাটীগড়ত এটা কালভাৰ্ট নিৰ্মাণ হৈছিল। – Guwahati Times

BTAD ৰ অন্তৰ্গত ৩৩ নং ননৈ ছেৰফাং সমষ্টিত যোৱা ২০১৫-১৬ বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা BTC উন্নয়ন পুঁজিৰ প্ৰায় ৮ লাখ টকাৰ ব্যয়ৰে ওদালগুৰিৰ হাটীগড়ত এটা কালভাৰ্ট নিৰ্মাণ হৈছিল।

ওদালগুৰি, ১৬ জুন: BTAD ৰ অন্তৰ্গত ৩৩ নং ননৈ ছেৰফাং সমষ্টিত যোৱা ২০১৫-১৬ বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা BTC উন্নয়ন পুঁজিৰ প্ৰায় ৮ লাখ টকাৰ ব্যয়ৰে ওদালগুৰিৰ হাটীগড়ত এটা কালভাৰ্ট নিৰ্মাণ হৈছিল। নিৰ্মাণ কৰা হ’ল থিকেই, পিছে নিৰ্মাণকাৰ্য ৰ তিনিবছৰ অতিক্ৰম পাছতো আজিলৈ এই কালভাৰ্ট টোৰে ৰাইজে অহা যোৱা কৰিব নোৱাৰে । কাৰণ কালভাৰ্টৰ দুয়ো পাৰে অহা যোৱা কৰিবলৈ সুবিধা কৰি দিয়া হোৱা নাই । সুবিধা কৰি দিবলৈ ঠিকাদাৰ পইছা নাই । কাৰণ ঠিকাদাৰেও নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰা তিনিবছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈ কালভাৰ্টৰ বাবে অনুমোদিত ৮ লাখ টকাৰ এটকাওঁ লাভ নকৰিলে ।
ওদালগুৰিৰ পৰা মিৰাজুল হোছেইন ৰ ৰিপোৰ্ট।
গুৱাহাটী টাইমচ মিডিয়া ।

error: Content is protected !!