31.2 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

গোসাঁইগাঁৱত উপস্থিত বিটিচিৰ চীফ প্ৰমোদ বোড়ো: কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

Assamese Newsগোসাঁইগাঁৱত উপস্থিত বিটিচিৰ চীফ প্ৰমোদ বোড়ো: কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা


👉গোসাইগাঁওত প্ৰমদ বোড়ো উপস্থিতি।
👉গোসাইগাঁওৰ ভোমৰাবিল গাওঁৰ বুঢ়া দলংখন পৰিদৰ্শন বিটিচিৰ মুখ্য প্ৰমদ বোড়োৰ ।
👉২০২২ চনতে দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰমদ বোড়োৰ।
👉গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ১নং ভোমৰাবিল গাঁৱত জৱা ৩০ বছর ধরে সংকট জনক অৱস্থাত যাতায়াত কৰি আহিব লগা হৈছে। আজি ভোমৰাবিল গাওঁত নিজেই উপস্থিত হৈ এক মাহৰ ভিতৰতে আধারচিলা স্থাপন কৰাৰ লগতে দলংখন ২০২২ চনৰ বিতৰতে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰমদ বোডো়য়ে।
👉লগতে ২০২২ চনৰ পিছত PMAY গৃহৰ সমস্যা বিটিচিত নাথাকিব বুলিও কয়
👉আৰু PMAY গৃহ নির্মাণৰ নামত কেলেংকারি কৰা সকলৰ বিৰুদ্ধে কঠোর আইনি ব্যবস্থা লোৱা হব বুলি প্ৰকাশ কৰে।
👉আৰু সানসুমা কুংগুৰ বৈছীমুটিয়াৰী আৰু বনছুৰ বিৰুদ্ধে বিস্পৰন মন্তব্য প্ৰকাশ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমদ বোড়োয়ে।
👉বিটিচি শুক্তিৰ ধাৰাই বিদ্যালয় বিলাক প্ৰবিনচিলাইস্ত হব বুলি কয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: