Site icon Guwahati Times

গোসাঁইগাওঁ জিলা বি.পি.এফ কাৰ্যালয়ত বি.টি.আৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিপুল ৰয়ৰ সংবাদ মেল

:: উক্ত সংবাদমেল আয়োজন কৰি বি.টি.আৰ কোচ ৰাবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সাধাৰণ সম্পাদক বিপুল ৰয়ে কয় যে ..

::প্ৰমোদ বড়ো কোচৰাজবংশী জনজাতিৰ বিৰোধী ।

::প্ৰমোদ বড়ো কোচৰাজবংশী জনজাতিয় লোক সকলক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে ।

::পিছে এই দাবী আমাৰ নহয় এই দাবী কৰিছে একালৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ নেতা তথা বি.টি.আৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সাধাৰণ সম্পাদক বিপুল ৰয়ৰ ।

::নেতা গৰাকীয়ে জানিব দিয়া মতে বি.টি.আৰ চৰকাৰ গঠন হোৱাৰ পৰা বি.টি.আৰ প্ৰধান প্ৰমোদ বড়োয়ে কোচ ৰাজবংশী জাতি টোক লৈ এক প্ৰকাৰ ৰাজনৈতিক পাশা খেল খেলি আছে ।

:: পূৰ্বতে নেতা গৰাকী ইউ.পি.পি.এল দলৰ হৈ কাম কৰিছিল যদিও এই বেলি বি. টি.আৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সকলো নেতা আৰু কৰ্মীয়ে ইউ.পি.পি.এল দলৰ পৰা আঁতৰি পাঁচ হাজাৰ লোক লৈ বি.পি.এফ দলত যোগদান কৰিব বুলি জানিব দিয়ে ।

Exit mobile version