Site icon Guwahati Times

২০২৫ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ ৰ বিধান নিৰ্বাচনত বিপিএফকে ৰাইজে ভোট দান কৰিব বুলি দাবী বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

২০২৪ লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে পৰাজয় বৰন কৰাৰ পিছত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।

বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে লোক সভা নিৰ্বাচনত ৰাইজে নৰেন্দ্ৰ মোদীক ভোট দিছে কিন্তু ২০২৫ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ বিধান সভা নিৰ্বাচনত বিপিএফ দলকে ভোট প্ৰদান কৰিব । বিধায়কজনে আৰু কয় যে ৩০ নং চিদলী সমষ্টিৰ উপ -নিৰ্বাচনতো বিপিএফ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনত অৱতীৰ্ন হব আৰু জয় লাভ কৰিব ।

Exit mobile version