Site icon Guwahati Times

বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ পোচাগড় প্ৰাইমাৰী সমিতিৰ বাৰ্ষিক অধিৱেশন

বিপিএফ দলৰ পোচাগড় প্ৰাইমাৰী পুৰণি সমিতি ভংগ নতুন সমিতি গঠন।
কোকৰাঝাৰ জিলাৰ অন্তৰ্গতবিপিএফ ৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ কাৰ্যালয়ত আজি বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ পোচাগড় প্ৰাইমাৰী সমিতিৰ বাৰ্ষিক অধিৱেশন উপলক্ষে বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকৰ সভাপতিত্ব এখন সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত অতিথি হিসেবে উপস্থিত থাকে বিপি এফৰ কেন্দ্রীয় সংগঠানিক সম্পাদক ড° ৰেজাওল কৰিম। লগতে জিলা,ব্লক বিপিএফৰ নেতৃবৰ্গ, মহিলা কোষ, যুৱ কোষ , বিপিএফ , বেংগলী , আদি কোষৰ নেতৃবৰ্গ উপস্থিত আছিল ।

আজিৰ অধিৱেশনত বিপিএফ দলৰ পোচাগড প্ৰাইমাৰীৰ পুৰণি সমিতি খন ভংগ কৰি পোচাগড় প্ৰাইমাৰীৰ নতুন সমিতি গঠন কৰা হয়।

Exit mobile version