অসমীয়া বাতৰি Archives — Guwahatitimes.com

অসমীয়া বাতৰি

Debate Competition at MSSV, Nagaon to be held on 27th March 2019

17th March 2019

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী গোটৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত দ্বিতীয় বাৰৰ বাবে আন্তঃ বিশ্ববিদ্যালয়/মহাবিদ্যালয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাখন আয়োজন কৰা হব, অহা মাৰ্চ মাহৰ ২৭ তাৰিখে বিশ্ববিদ্যালয়খনৰ নগাঁও চৌহদত “ অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণে অসমৰ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব ” শীৰ্ষক বিষয়ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক […]

Read More

Video-বিজেপিৰ ৰাজ্যিক কাৰ্য্যলত বিজেপিৰ মুখপাত্ৰ আৰু অগপ মুখপাত্ৰৰ সংবাদমেল।

17th March 2019

বিজেপিৰ ৰাজ্যিক কাৰ্য্যলত বিজেপিৰ মুখপাত্ৰ আৰু অগপ মুখপাত্ৰৰ সংবাদমেল। সংবাদমেলত উপস্থিত থাকে জয়ন্ত কুমাৰ দাস, নুমোল মমিল, মনোজ শইকীয়া, তুলাৰাম গগৈ, দিলীপ পাটগিৰি, তপন দাস। অসমৰ জাতীয় জীৱনত একেলগে কাম কৰাৰ উদ্দেশ্যে অগপ বিজেপি এক লগ হৈছে । ৮৫৫ জন শ্বহীদৰ কথা, কংগ্ৰেছ দলক প্ৰতিহত কৰিব‌ই লাগিব বুলিয়েই অগপ বিজেপিৰ মিত্ৰতা এই মন্তব্য জয়ন্ত কুমাৰ […]

Read More

Massive gathering by Voters Party International

16th March 2019

Massive gathering by Voters Party International. Gossaigagaon,March15- A Mass gathering has been witnessed today at the Kachugaon H.S School field which was organised by the Kachugaon block committee on behalf of Voters Party International. Their main intention was to promote VPI in the region.Huge numbers of people from nearby area irrespective of caste and creed […]

Read More

সন্ধানহীন : লংকা উদালীৰ মনেশ্বৰ নাথ নামৰ ৪৮ বছৰীয়া এই লোকজন যোৱা ১৩ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে ।

16th March 2019

সন্ধানহীন লংকা উদালীৰ মনেশ্বৰ নাথ নামৰ ৪৮ বছৰীয়া এই লোকজন যোৱা ১৩ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে । নগাঁৱৰ কাছমাৰীৰ ভতিজাকৰ ঘৰৰ পৰা নিজ গৃহ লংকালৈ বুলি ওলাই অহাৰ পিছৰে পৰা লোকজন সন্ধানহীন হৈ আছে । ৫ ফুট ৬ ইঞ্চি উচ্চতাৰ বগা বৰণৰ এই নিৰুদিষ্ট লোকজনৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে স্হানীয় হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ […]

Read More

নগাঁও জিলাৰ উত্তৰ অঞ্চলৰ মীন পালক সকলক সকাহ দিবৰ বাবে জুৰীয়াৰ দগাওঁ এৰাবাৰীত আজি উন্মোচিত কৰা হল Onestop Solution Centre ৷

16th March 2019

নগাঁও জিলাৰ উত্তৰ অঞ্চলৰ মীন পালক সকলক সকাহ দিবৰ বাবে জুৰীয়াৰ দগাওঁ এৰাবাৰীত আজি উন্মোচিত কৰা হল Onestop Solution Centre ৷ দগাওঁৰে উদিয়মান যুৱক জিয়াওল কৰিমৰ ব্যৱস্থাপনাত গঢ়ি তোলা হৈছে এই চেন্টাৰটি ৷ মীন পালক সকলে এতিয়াৰ পৰা এই চেন্টাৰৰ পৰা লাভ কৰিব মাছত হৈ থকা ৰোগ সমুহৰ সঠিক উপায় ৷ একুৱাবেচ নামৰ গুৱাহাটীৰ এটি […]

Read More

পুৰণিগুদামৰ বৰমছজিদৰ শতবৰ্ষ গৰকা এটা দুই মহলীয়া মিনাৰ যিটো মিনাৰেই পৰিচয় পুৰণিগুদামৰ।

13th March 2019

যিটো মিনাৰে ধৰি ৰাখিছে হিন্দু মুছলমানৰ একতাৰ এনাজৰী।কিন্তু চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ বাবে মিনাৰটোলৈ আহিল অশনি সংকেত।প্ৰশাসনে ভাঙিব ঐতিহ্য বহনকাৰী এই মিনাৰটো।মিনাৰ টো নিৰ্মাণত ব্যবহাৰ হোৱা নাছিল কোনো ৰড আৰু চিমেন্ট।1950 চনৰ ভুমিকম্পটো অনিষ্ট হোৱা নাছিল এই মিনাৰটো। হাহৰ কনী,বৰাচাউলেৰে নিৰ্মিত এই মিনাৰটো স্থানান্তৰ কৰাৰ বাবে প্ৰশাসনৰ হাতত নাছিল কোনো উপায়।কিন্তু শেহতীয়াকৈ পুৰণিগুদাম […]

Read More

নগাঁৱত দিল্লী আৰক্ষী-অসম আৰক্ষীৰ যুটীয়া অভিযান

13th March 2019

বেঙেনাআটিৰ পৰা গ্ৰেপ্তাৰ দুই বৃহৎ ড্ৰাগছ ব্যৱসায়ী* ব্যৱসায়ীদ্বয়ৰ পৰা জব্দ হৈছে ২৩.৫ কেজি হেৰ’ইন* গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীদ্বয় ক্ৰমে সামৰ্থ ভানু আৰু ধনজী গুপ্তা* সামৰ্থ ভানু নামৰ মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ বেঙেনাআটিত* ধনজী গুপ্তাৰ ঘৰ বিহাৰত* ৰাজ্যত এয়া সৰ্ববৃহৎ ড্ৰাগছ জব্দ হোৱা অভিযান* ডিমাপুৰলৈ নিয়াৰ কথা আছিল হেৰ’ইনখিনি* Adil Shah Alam report, Nagaon.

Read More
error: Content is protected !!