অসমীয়া বাতৰি

Assam Flood :মঙলদৈত আকৌ বান | কালৰূপ ধাৰণ কৰিছে নৈ সমূহে |

24th July 2019

মঙলদৈ মাজিকুছি গড়কাপ্তানি পথ,ধূলা চপাই পথ,বাংলাগড় জাৱৰিকুছি পথকে ধৰি প্রায় সমূহ পথ পানীৰ তলত জলবন্দী স্থানীয় গঞা সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন নোৱা নৈয়ে ধাৰণ কৰিছে কালৰূপ watch video  

Read More

মঙলদৈত আশ্রয় শিবিৰত তীব্র খাদ্য সংকট | নিশা লৈকে শিবিৰে শিবিৰে বিধায়ক গুৰুজ্যোতি দাস

24th July 2019

২৪ ঘন্টা অনাহাৰে বানাক্ৰান্ত নিজাববীয়াকৈ বন্যাতৰ মাজত লঘু খাদ্য বিতৰন নিশা শিশু সহ শতাধিক লোক পথৰ ওপৰত জিলা প্রসাশনে পথত থকা বন্যাতক এখনো তিৰপাল যোগান নধৰাৰ অভিযোগ নিশাৰ ভিতৰত আশ্রয় শিবিৰৰ পানী সোমোৱাৰ আশংকা Watch video মকছেদ আলিৰ ৰিপৰ্ট,মঙলদৈ

Read More

জামুগুৰিহাটৰ যুৱ লেখক হিমাংশু ৰঞ্জন ভূঞা লৈ ‘ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড’ ।

22nd July 2019

দেশৰ অনাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ‘ইণ্ডিয়া ষ্টাৰ বুক অফ ৰেকৰ্ড’ য়ে দেশৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা থকা নতুন প্ৰজন্মৰ ব্যক্তি সকলক প্ৰদান কৰা সন্মানীয় ‘ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড’ লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ মাধৱ গাঁও নিবাসী যুৱ লেখক হিমাংশু ৰঞ্জন ভূঞাই ৷ হিমাংশু ৰঞ্জন ভূঞাই বৰ্তমান সৰ্বশিক্ষা অভিযান মিচনৰ নদুৱাৰ […]

Read More

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিভিন্ন দুষ্পাপ্য প্ৰজাতিৰ ২৫ টা বন্যপ্ৰাণী বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ

21st July 2019

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিভিন্ন দুষ্পাপ্য প্ৰজাতিৰ ২৫ টা বন্যপ্ৰাণী বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ । অভিযোগ উত্থাপন কৰিলে চিৰিয়াখানা সুৰক্ষা মঞ্চ ৰ সভাপতি ৰাজকুমাৰ বৈশ্যই। আজি নিশা প্ৰায় ০৮.০০ বজাৰ পাছত চাৰিখন ট্ৰাক যোগে বন্যপ্ৰাণী কেইটাক সৰবৰাহ কৰাৰ অভিযোগ উত্থান কৰে বৈশ্যই। Watch Video

Read More
error: Content is protected !!