অসমীয়া বাতৰি

ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু ৷

19th July 2019

ওদালগুৰি জিলাৰ 4নং আমজুলিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন যুৱকৰ মৃত্যুয়ে এতিয়া চিন্তিত কৰি পেলাইছে সমগ্ৰ আমজুলি তথা ওদালগুৰি বাসীক ৷ সমগ্ৰ অসমত এতিয়া জাপানীজ এনকেফেলাইটিছ য়ে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত অস্বাভাৱিক মৃত্যুক আঁকোৱালি লৈছে বহু লোকে ৷ কৃষ্ণ বাহাদুৰ খদকা(26) নামৰ ওদালগুৰি জিলাৰ 4নং আমজুলিৰ যুৱকজন কেইবা দিন ধৰি […]

Read More

ধৰ্ম-কৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী শুৱালকুছিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় সৌন্দৰ্য প্ৰতিযোগিতা

18th July 2019

ষ্টাৰ ক্ৰিয়েচনৰ উদ্যোগত স্থানীয় শ্ৰীমন্ত শংকৰ নাট ঘৰত আয়োজিত উক্ত প্ৰতিযোগিতাখন ১৪ জুলাইত সফল সামৰণি পৰে । ৪ টা শাখাত অনুষ্ঠিত ক্ৰমে মিষ্টাৰ, মিছ, মিছেছ আৰু কিডছ শাখাত চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ শ্ৰেষ্ঠ ৩ গৰাকীয়ে বিশেষ পুৰস্কাৰ লাভ কৰাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ সুবিধা লাভ কৰে। প্ৰতিযোগিতাৰ অতিথি হিচাপে অভিনেত্ৰী ফেৰী প্ৰিয়া আহমেদ, […]

Read More

Zubeen Fan Murdered, body thrown into Brahmaputra

18th July 2019

A die-hard Zubeen fan and self-styled president of Zubeen Fan Club Ashim Barua was murdered and thrown in the river Brahmaputra According to reports, a youth named Ashim Baruah, a resident of Jorhat, has been missing since July 15. he was last spotted leaving his office in the office CCTV and after that, there were […]

Read More

ভূটানৰ পৰা নামি অহা পানীয়ে খহাই নিলে ঘাগ্ৰা আৰু কোৰামোৰ সংযোগী ভোল্লা নদীৰ দলংৰ এফাল ৷ কাণ-ষাৰ নাই প্ৰশাসনৰ ৷

18th July 2019

ওদালগুৰিৰ পৰা কেমেৰা সহযোগী নৱজ্যোতি শৰ্মাৰ সহযোগত মিৰাজুল হোছেইনৰ ৰিপোৰ্ট ৷

Read More

আজি কোকৰাঝাৰ জিলাৰ অন্তুৰ্গত গোসাইগাওঁত অটো চালক সন্থাৰ উওাল প্ৰতিবাদ।

18th July 2019

ই ৰিক্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ। অনুজ্ঞাপএ অবিহনে ই ৰিক্মা চলাই থকাৰ প্ৰতিবাদ। বিভাগীয় কৰ্তৃপক্ষই ই ৰিক্মাৰ লগত বুজাবুজি থকাৰ অভিযোগ। অটো চালক সন্থা জিন্দাবাদ, পৰিবহন মন্ত্ৰী মুৰ্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰী গো বেগ, চন্দ্ৰমোহন পাটোৱাৰী হুশিয়াৰ,আমাৰ দাবি ন্যায় দাবি, আদি শ্লোগানেৰে গোসাইগাওঁৰ আকাশ বতাহ কপাই তোলে গোসাঁইগাঁও auto সন্থা ।লগতে পৰিবহন মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক ন্যায় বিচাৰি […]

Read More

হৰিশিঙাৰ ছাত্ৰ ফুংখা বসুমতাৰী(১৪) মৃতদেহ উদ্ধাৰ

18th July 2019

ওদালগুৰিৰ পৰা কেমেৰা সহযোগী নৱজ্যোতি শৰ্মাৰ সহযোগত মিৰাজুল হোছেইনৰ ৰিপোৰ্ট |

Read More

নলবাৰীৰ গোবৰাদলৰ আশ্ৰয় শিবিৰত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম

17th July 2019

নলবাৰীৰ || ,১৭ জুলাই: সমগ্ৰ অসমৰ লগতে আজিও অপৰিবৰ্তিত হৈ আছে নলবাৰীৰ বান পৰিস্থিতি । আজি বিধবাৰ. দিনটোত বৰষুন অহা নাই যদিও পানী কমি যোৱা নাই নলবাৰীৰ বানাক্ৰান্ত অঞ্চল সমুহত । ভোকে পিয়াহে বহু আশ্ৰয় শিবিৰত দিন পাৰ কৰিছে বানাক্ৰান্তই । উপায় বিহীন হৈ মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ সম্মুখতে ক্ষোভ উজাৰিলে একাংশ বানাক্ৰান্ত দূৰ্ভোগীযা ৰাইজে […]

Read More

নলবাৰীৰ বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰন বিজেপি কিষান মৰ্চাৰ

17th July 2019

নলবাৰী,১৭ জুলাইঃ বানে বিধ্বস্ত কৰা নলবাৰী জিলাৰ বালিতাৰা,ধমধমা,পূৱ বালিতৰা অাৰু হাতি নমাটিত অাজি নলবাৰী ভাৰতীয় জনতা পাৰ্টিৰ কিষান মৰ্চাৰ নলবাৰী জিলা সমিতিয়ে কিছু বান সাহায্য বিতৰন কৰে ।বানাক্ৰান্ত সকলৰ খা-খবৰ লোৱাৰ উপৰিও তেওলোকৰ মাজত বিস্কুত,কেক,পানীৰ বতলৰ লগতে কিছু চাউল অাৰু চিৰা বিতৰন কৰে । বানাক্ৰান্তৰ মাজত নলবাৰী জিলা বিজেপিৰ কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা, সম্পাদক […]

Read More
error: Content is protected !!