অসমীয়া বাতৰি

শিৱসাগৰত এ টি এম চুৰি কাৰ্য।ATM Theft

18th August 2019

শিৱসাগৰ: শিৱসাগৰ নগৰত পুণৰ এ টি এম চুৰি কাৰ্য সংঘটিত হৈছে। নিশা আন্ধাৰৰ সুযোগ লৈ ডকাইটে মেছিন সহ লুটি নিয়ে ইণ্ডিয়ান অভাৰচিজ বেংকৰ এ টি এম। শিৱসাগৰ নগৰৰ মাজমজিয়াত নিশা শিৱসাগৰ আৰক্ষী গিজগিজাই থকাৰ স্বত্তেও এনেধৰণৰ এ টি এম চুৰি কাৰ্য কেনেকৈ সংঘটিত হ’ল। ই এক প্ৰশ্ন উথাপিত হৈছে স্থানীয় লোকৰ মাজত। কিমান টকা মেচিন […]

Read More

৭৩ তম স্বাধীনতা দিবস উপলক্ষে বৰপেটা জিলাৰ বিভিন্ন ঠাইত নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়

15th August 2019

৭৩ তম স্বাধীনতা দিবস উপলক্ষে বৰপেটা জিলাৰ বিভিন্ন ঠাইত নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ,জানিব পৰা মতে অহা ২০আৰু ২১ তাৰিখে ভেৰাবিঠা বজাৰ(কালদিয়া নদীত) দুদিনীয়াকৈ নাও খেলৰ আয়োজন কৰা হৈছে ,দুটা গ্ৰুপত খেল পৰিচালনা কৰা হব ক আৰু খ ,,,ক গ্ৰুপৰ নাওৰ জোখ ৪৫ হাতৰ পৰা ৫৭ হাতৰ ভিতৰত থকা নাওক অংশগ্ৰহণ কৰিবলৈ দিয়া হব […]

Read More

Exclusive : যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷

11th August 2019

যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷ যোৰহাট :১০ আগষ্ট:আজি অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক যোৰহাট আৱৰ্ত ভৱনত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি যোৰহাট বানপানীৰ স্হায়ী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ স্হায়ী সমাধানৰ দাবীত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে […]

Read More

শ্ৰীনগৰত সীতাৰাম য়েচুৰী-ডি ৰাজাক আটকৰ প্ৰতিবাদত গুৱাহাটীত বাওঁ‌পন্থীৰ সমদল ।

9th August 2019

ৰাজ্যখনৰ নিৰ্বাচিত বিধায়ক, চি পি আই (এম) দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইউচুফ তাৰিগামী অসুস্থ ।অসুস্থ অৱস্থাতে তেখেতক গ্ৰেপ্তাৰ কৰি ৰাখিছে। তেখেতক দেখা কৰিবলৈ আজি ৯ আগষ্ট তাৰিখে কাশ্মীৰলৈ ৰাওনা হৈছিল চি পি আই(এম) ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী। একেই উদ্দেশ্যে কাশ্মীৰলৈ গৈছিল চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজ। কাশ্মীৰৰ ৰাজ্যপালক আগতীয়াকৈ চিঠি দি ৰাওনা […]

Read More

ছিপাঝাৰৰ মাৰৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

9th August 2019

বলেৰ’ পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ বাইক আৰোহীৰ ৷ থিতাতে নিহত গোলাপ শৰ্মা নামৰ বাইক আৰোহী জন ৷ নিহত শৰ্মা কলাইগাও আৰক্ষী থানাত কৰ্মৰত আৰক্ষী আছিল ৷ গুৱাহাটী অভিমুখী AS 25 DC–9600 নং ৰ বলেৰ’ পিকআপ ভান আৰু AS 13 H—1810 নং চুপাৰ স্প্লেনণ্ডাৰৰ মুখামুখি সংৰ্ঘষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হৈ থিতাতে প্ৰাণ হেৰুৱাই লোক […]

Read More

নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷

8th August 2019

👉নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷ 👉 পুৰণিগুদাম হাতীগাঁৱৰ ননী দেৱী নামৰ মহিলা গৰাকীৰ মৃত্যু ৷ 👉 নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ ৷ 👉দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী । 👉এই ৰোগত নগাঁও জিলাত এতিয়ালৈকে ৪০ জনৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৫ জনকৈ লোকৰ । Adil Shah Alam report, Guwahati […]

Read More
error: Content is protected !!