Site icon Guwahati Times

কেন্দ্ৰীয় ৰাভা দিৱস উদযাপন সদৌ অসম ছাত্ৰ সন্থা

যোৱা কালিৰে পৰা মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু মৰিগাঁওবাৰ্সী ৰাইজৰ সহযোগত মৰিগাঁও স্কুল খেলপথাৰত আয়োজন কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস।আজিৰ ২০জুন ৰাভা দিৱস পুৱা পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ প্ৰতিছৱিত মাল্যপৰ্ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড.সমুজ্জল ভট্টাচাৰ্যই

Exit mobile version