Site icon Guwahati Times

চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা; দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
সংঘৰ্ষত ৰে’ললাইনত বাগৰি পৰে দুয়োখন ট্ৰাক
ফলত ডিব্ৰুগড়লৈ অহা সকলো ৰে’ল বন্ধ হৈ পৰিছে
ট্ৰাক দুখন উদ্ধাৰৰ বাবে অভিযানত নামিছে ৰে’ল আৰক্ষীৰ দল
গুৰুতৰভাৱে আহত আশ্ৰফ আলী নামৰ এজন চালক
Exit mobile version