Site icon Guwahati Times

Chaos Outside Meghdoot Bhawan.

Chaos outside Meghdoot Bhawan ! But why??

কপিঁ উঠিল মেঘদূত ভৱন।

কপিঁ উঠিল মেঘদূত ভৱন। কিন্তু কিয়? কিহৰ বাবে কোনে কপাঁই তুলিলে মেঘদূত ভৱন! নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অব্যাহত ৭০টা জাতীয় সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যৰ ১১খন জিলাৰ লগতে গুৱাহাটীটো গণসত্যাগ্ৰহ। বি জে পি গ’ বেক, বি জে পি চৰকাৰ হায়! হায়! নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ইত্যাদি ধ্বনিৰে উত্তাল কৰিলে মেঘদূত ভৱনৰ সন্মুখত। বিক্ষিপ্ত ঘটনাৰ আশংকাত আৰক্ষীয়ে গঢ়ি তোলে নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰ।

গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version