Site icon Guwahati Times

অবৈধ জুৱাৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান

 

চাপৰৰ বিভিন্ন স্থানত কালি পূজাৰ গয়না লৈ একাংশ লোকে চলাই আছিল জুৱাৰ আড্ডা

এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাপৰৰ বিভিন্ন স্থানত চলাইছিল অভিযান

আৰক্ষী অহাৰ উমান পাই জুৱাৰী সকলে পলাই পত্ৰং দিয়ে

উল্লেখ্য যে কালি পূজাৰ গয়না লৈ বিভিন্ন স্থানত চলাইছিল জুৱাৰ আড্ডা

ক’ৰবাত যদি ঝাণ্ডি মুণ্ডা আৰু আন কৰবাত কাৰ্ড লৈ চলিছিল জুৱা

Exit mobile version