Site icon Guwahati Times

চাপৰ: জন্মাদাতা পিতৃক হত্যা কৰিলে তিনি পুত্ৰয়

চাপৰৰ ছছলাপাৰা গাঁৱত নৃশংষ হত্যাকাণ্ড।

জন্মাদাতা পিতৃক হত্যা কৰিলে তিনি পুত্ৰয়।

প্ৰাণৰ মমতাত দৌৰি পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি গাঁৱৰ এঘৰ পৰিয়াল চতালত ঘপিয়াই হত্যা কৰে নিজ পিতৃ ছপিয়াল আলীক।

হত্যাকাণ্ড সংঘটিত কৰি তিনি পুত্ৰৰ পলায়ন।

পাৰিবাৰিক কন্দলৰ চৰম পৰিণতি।

জগণ্য, পাশৱিক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

ঘটনাস্থলীত উপস্থিত আৰক্ষী তদন্ত অব্যাহত।

Exit mobile version