Site icon Guwahati Times

কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

চিৰাঙৰ কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ। সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল বাপন বৰ্মন, গোলাপ চক্ৰৱৰ্তী।

বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।

Exit mobile version