বহুদিনৰ পৰা কাহ হৈ থাকিলে নাখাব লগা বস্তুবোৰ
যেতিয়া বতৰৰ উষ্ণতাৰ তাৰতম্য হয়, তেতিয়া মানুহৰ ৰোগৰ আশংকা বেছি হয়, যেনে ডিঙিৰ বিষ, চৰ্দি, কাহ ইত্যাদি। পৰিৱৰ্তনশীল ঋতুত সংক্ৰমণৰ আশংকা যথেষ্ট বৃদ্ধি হয়৷ কাহ হ’লে সাধাৰণতে মানুহৰ এসপ্তাহৰ ভিতৰত ভাল হয়, কিন্তু যদি কাৰোবাৰ কেইবা সপ্তাহধৰি কাহৰ সমস্যা থাকে, তেন্তে সতৰ্ক হোৱা উচিত। কাহ হোৱাৰ মুখ্য কাৰণ হৈছে সংক্ৰমণ, এনে পৰিস্থিতিত যদি ঔষধ খায় অন্য খাদ্য বস্তুৰ যত্ন নলয় তেতিয়া ডিঙিত কফ জমা হৈ সমস্যা বৃদ্ধি কৰে।
~ দৈ
~ আইনক্ৰীম
~ ঠাণ্ডা পানীয়
~ ডিপ ফ্ৰাইড ফুডচ
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
