Site icon Guwahati Times

কংগ্ৰেছী নেতাৰ অসন্তুষ্টি: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ…

 কংগ্ৰেছী নেতাৰ অসন্তুষ্টি। চৰ্চা চলিছে পদত্যাগ কৰিব তিনি কংগ্ৰছী বিধায়কে।

পদত্যাগৰ চৰ্চাত থকা তিনি কংগ্ৰেছী নেতা হ’ল ক্ৰমে কমলাক্ষ দে’ পুৰকায়স্থ, খলিলউদ্দিন মজুমদাৰ, মিজবাউল ইছলাম লস্কৰ। এই সন্দৰ্ভত তিনি নেতাই প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ । উল্লেখ্য যে, ভূপেন বৰাৰ ওপৰত চৰম অসন্তুষ্টি কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ। শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট প্ৰকাশ তিনি নেতাৰ।

Exit mobile version