23.3 C
Assam
Friday, October 7, 2022

Featured News

স্বাধীনতাৰ গৌৰৱময় যাত্ৰা !

Assamese Newsস্বাধীনতাৰ গৌৰৱময় যাত্ৰা !

৯ আগষ্ট ২০২২ :: ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” আজি নলবাৰী জিলাৰ অন্তৰ্গত ধৰ্মপুৰ সমষ্টিৰ বিল্লেশ্বৰ দেৱালয়ৰ পৰা কংগ্ৰেছ দলৰ নেতা-কৰ্মী আৰু স্থানীয় ৰাইজে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ঐতিহাসিক ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা সকলৰ সীমাহীন ত্যাগ আৰু আত্মবলিদানৰ লগতে তেওঁলোকৰ দেশপ্ৰেমক স্মৰন কৰি পদযাত্ৰাত কাৰ্যসুচী ৰূপায়ন কৰা হয় । উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাবধায়ক মাননীয় পৃত্থিৰাজ চাথে , প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুচেইন চিকদাৰ ,নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক প্ৰদ্যুত ভূঞা, কংকন দাস,অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক চাজাহান আলি , সম্পাদক – মনোজ কলিতা, কৃদীপ বৰ্মণ লগতে নলবাৰী জিলা কংগ্ৰেছৰ কৰ্ম-কৰ্তাসকল, পশ্চিম নলবাৰী আৰু মধুপুৰ ব্লক কংগ্ৰেছ, ধৰ্মপুৰ সমষ্টি যুৱ কংগ্ৰেছ, এন.এছ.ইউ.আই., মহিলা কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া সহ সহস্ৰাধিক কংগ্ৰেছ কৰ্মী আৰু স্থানীয় ৰাইজে এই কাৰ্যসূচীত ভাগ লয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: