Site icon Guwahati Times

মচুৰ দাইলৰ উপকাৰিতা কি?

সাধাৰণতে খেতিয়কসকলে মুগ, মচুৰ, অৰহৰ, মটৰ আদি বিভিন্ন প্রকাৰৰ দালি খেতি কৰে৷ আটাইকেইবিধ দাইলৰেই পুষ্টিকৰ লগতে উপকাৰী গুণ আছে৷ তাৰ ভিতৰৰে মচুৰ দালিৰ কি কি পুষ্টিকৰ গুণ আছে আমি হুতেই নাজানো৷ হু ছৰৰ আগৰে পৰা মচুৰ দাইল খাদ্যৰূপে গ্রহণ কৰিছিল৷ প্রথমে গ্রীচ, তাৰ পিছত পেলেষ্টাইন, তুক্ আৰু তাৰ পিছত ক্রমে সমগ্র বিশ্বতে মচুৰ দালি খাদ্য হিচাপে জনপ্রিয় হৈ পৰে৷ এইবিধ দাইল শৰীৰৰ পক্ষে কিমান উপকাৰী, সেই বিষয়ে কিছু ছৰ আগেয়েহে জনা যায়৷ গৱেষণাৰ জৰিয়তে জানিব পৰা যায় যে মচুৰ দাইলত শৰীৰৰ লাগতিয়াল বহুতো উপাদান পোৱা যায়৷ জনা মতে, এক কাপ মচুৰ দাইলত ১৮ গ্রাম প্রটিন পোৱা যায়৷ ইয়াৰ উপৰি ফাইবাৰেৰে পৰিপূর্ণ মচুৰ দাইলত কেলৰিৰ পৰিমাণ অত্যন্ত কম৷ মচুৰ দাইলত এনে কি গুণ আছে জানো আহক–

Exit mobile version