Site icon Guwahati Times

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পথত দেবব্ৰত শইকীয়া

দুই এদিনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা বৰ্তমানৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াক নিযুক্তি দিয়া হ’ব।

কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে,অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত দেৱব্ৰত শইকীয়াক হাইকামাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে,দিল্লীত বাহৰ পাতি আছে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা।

DAINIK JANAMBHUMI

Exit mobile version