Site icon Guwahati Times

ধেমাজি জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ…

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰা, বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰুদ্ধে আৰু পঞ্চায়ত নিৰ্বাচন যথা সময়ত দলীয় প্ৰতীকত অনুষ্ঠিত কৰাৰ দাবীৰে ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ব্লক কংগ্ৰেছ সমূহৰ সহযোগত উত্তাল প্ৰতিবাদ । দলৰ প্ৰায় এক শতাধিক কৰ্মীয়ে মঙ্গলবাৰে ধেমাজি ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ৰাজহচক্ৰ বিষয়াক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

Exit mobile version