ব্ৰেকিং: গুৱাহাটীৰ 4th APBN ত দিবন ডেকাৰ আত্মসমৰ্পণ Desk Editor 5 years ago গুৱাহাটীৰ 4th APBNত উপস্থিত SI কেলেংকাৰী মূল অভিযুক্ত দিবেন ডেকা। পাটাছাৰকুছিৰ পৰা গ্রেপ্তাৰ কৰা SI কেলেংকাৰীৰ অন্যতম খলনায়কগৰাকীক কাহিলীপাৰাস্থিত ৪র্থ অসম আৰক্ষী বেটেলিয়নলৈ অনা হৈছে। উপস্থিত আছে অসম আৰক্ষী শীর্ষ বিষয়া। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram