শাৰীৰিকভাবে অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মা, হাস্পতালত ভৰ্তি GTM Desk 4 years ago জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা চিকিৎসালয়ত ভৰ্তি । জ্বৰ, পেটৰ বিষত আক্ৰান্ত হোৱাৰ লগতে বমিও কৰিছে জনপ্ৰিয় শিল্পীগৰাকীয়ে। শেহতীয়াকৈ দিক্ষু হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন। ডাঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ । Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram