Site icon Guwahati Times

বাস্তুৰ মতে কুকুৰক নিয়মীয়াকৈ খুৱালে এই ফল পোৱা যায় !

বহুতে হয়তো ককা-আইতাকক ৰাতিপুৱা সাৰ পাই কাউৰী বা কুকুৰক খুৱাবলৈ দেখিছে। বহুতে এতিয়াও কৰে, বহুতে সেৱাৰ উদ্দেশ্যে কৰে। আন কিছুমানে বাস্তু বা জ্যোতিষৰ মতে এইবোৰ কৰে। কিন্তু জ্যোতিষৰ মতে কি কয় ? কুকুৰক নিয়মীয়াকৈ খুৱালে কি ফল পোৱা যায় ? জানো আহক –

যদি আপুনি শনি, ৰাহু, কেতু এই তিনিবিধ গ্ৰহক শান্ত কৰি ৰাখিব বিচাৰে, যদি আপুনি বিচাৰে যে এই তিনিবিধ গ্ৰহৰ আপোনাৰ জীৱনত কোনো বেয়া প্ৰভাৱ নপৰক তেন্তে নিশ্চিতভাৱে এই সমস্যাটো এনেদৰে সমাধান কৰিব পাৰিব। প্ৰতিদিনে পুৱা কুকুৰ এটাক ৰুটি খুৱাই আৰম্ভ কৰক। অলপ সৰিয়হ তেল দি খুৱালে শনি দেৱ বৰ সন্তুষ্ট হয়।

যেনেকৈ ৰাস্তাৰ কুকুৰ এটাক ৰুটি খুৱাই দিয়াটো ভাল, ঘৰত যদি ক’লা কুকুৰ এটা ৰাখিব পাৰে, তেনেহ’লে শনি, ৰাহু, কেতুৱে তোমাক বহুত ভাল ৰূপ দিব। গতিকে সম্ভৱ হ’লে ঘৰতে এটা সৰু ক’লা কুকুৰ পুহিব, আৰু তাৰ যত্ন ল’ব। কেৱল সেয়াই নহয়, নেতিবাচক শক্তি চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই যাব, পজিটিভ এনাৰ্জি আহিব ঘৰলৈ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Exit mobile version