Site icon Guwahati Times

গুৱাহাটীৰ ডাউনটাউন চিকিৎসালয়ৰ সন্মুখত ডিভাইডাৰ খোলাৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ

বৃহত্তৰ সৰু মটৰিয়া, হেঙেৰাবাৰী, দ্বাৰকা নগৰ আৰু মথুৰা নগৰ অঞ্চলৰ স্থানীয় বাসিন্দাসকলে মঙলবাৰে গুৱাহাটীৰ ডাউনটাউন চিকিৎসালয়ৰ সন্মুখত ডিভাইডাৰ খোলাৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

 

Exit mobile version