31 C
Assam
Sunday, October 2, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছসহ আটক এজন ।

Assamese Newsৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছসহ আটক এজন ।

আজি আবেলি ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আটক কৰা লোক জনৰ নাম ইউনুচৰ ৰহমান বুলি জানিব পৰা গৈছে,তেওঁক ৰঙিয়া পূব সাহান গাঁওৰ মহিবুদ্দিন আহমেদৰ পুত্ৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে তেওঁৰ পৰা 20 তা কনতেইনাৰত মাৰাত্মক হিৰোইন উদ্ধাৰ কৰে । এই ড্ৰাগছ খিনিৰ ওজন 6.52গ্ৰাম । উপ পৰিদৰ্শক এলেক্স সোনোৱাল আৰু তেওঁৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে তেওঁৰ পৰা ৰঙিয়া চেপ্তি চকৰ পৰা এই ড্ৰাগছ খিনি উদ্ধাৰ কৰে । তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ।

ৰিজাউল হাচান, ৰঙিয়া ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: