Site icon Guwahati Times

ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান।

কাঞ্চনপুৰৰ বটতলত অভিযান চলাই 9 টাকৈ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ সহ আটক ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰীটো বটতলৰ মফিদুল ইছলাম । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল।গোপন খবৰৰ ভিত্বিত ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটোক।

Exit mobile version