Site icon Guwahati Times

খটখটি আৰক্ষী আৰু চি.আৰ.পি.এফৰ যুটীয়া অভিযানত জব্দ মাৰাত্মক ট্ৰামাডল পাউদাৰ

বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত পুৱাই উদ্ধাৰ নিচাযুক্ত ট্ৰামাডল পাউদাৰ

এক গোপন খবৰ অনুসৰি খটখটি আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত জব্দ উক্ত নিচাজাতীয় দ্ৰব্য

মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ হৈছে উক্ত নিচাজাতীয় দ্ৰব্য সমূহ।

বাছখনৰ নম্বৰ AS-02-AC-8750

বাছখনত তালাচী চলাই তিনি পেকেট সন্দেহযুক্ত ট্ৰামাডল পাউদাৰ উদ্ধাৰ কৰে

তিনিপেকেটত প্ৰায় 567 গ্ৰাম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে
ইয়াৰ বজাৰ মুল্য প্ৰায় 5লাখ টকা বুলি জানিব পৰা গৈছে

উক্ত সৰবৰাহৰ লগত জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে

আটকাধীন ধৃত লোক দুজন হৈছে মৰিগাওৰ ইক্ৰামুল হোছেইন
আৰু নগাঁওৰ আচাদুল হক

NDPS আইনৰ অধীনত উক্ত পাউদাৰ সমুহ জব্দ কৰে বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত

Exit mobile version