Site icon Guwahati Times

পূজাৰ বতৰত ৰাজ্যত নাটনি হ’ব বিদ্যুৎ; ৰাজ্যবাসী সন্মুখীন হ’ব লোডশ্বেডিঙৰ

পূজাৰ বতৰতে ৰাজ্যবাসীলৈ এক দুঃখবৰ। পূজাৰ বতৰতে ৰাজ্যত নাটনি হ’ব বিদ্যুৎ। ৰাজ্যবাসীয়ে সন্মুখীন হ’ব লোডশ্বেডিঙৰ। আজি এই ঘোষণা কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ।

দেশজুৰি তাপবিদ্যুৎ প্ৰকল্পত কয়লাৰ নাটনিৰ ঘটিছে। ৰাইজ বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হওক। ৰাজহুৱা জাননীযোগে এই আহ্বান অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ।

উল্লেখ্য যে দেশজুৰি তাপবিদ্যুৎ প্ৰকল্পত প্ৰয়োজনীয় কয়লাৰ নাটনি ঘটিছে। যাৰ বাবে সমগ্ৰ দেশজুৰিয়ে পূজাৰ বতৰত নাটনি হ’ব বিদ্যুৎ।

 

Exit mobile version