Site icon Guwahati Times

দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত শুকুৰবাৰে আবিৰ্ভাৱ হোৱা দেখা গল গৰ্গমুনিক। নিমিষতে মুনিৰ আবিৰ্ভাৱৰ এই বাতৰি বিয়পি পৰিল সামাজিক মাধ্যমত ৷ প্ৰকৃততে শুকুৰবাৰে নিশা মৰিয়নীত দেবেৰাপাৰ চাৰিআলিৰ মেজিক-এপে সন্থাই বিশ্বকৰ্মা পূজাৰ উপলক্ষে এক ভাওনা সবাহৰ আয়োজন কৰিছিল । মেজিক ষ্টেণ্ডত অনুষ্ঠিত এই ভাওনাত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰ্গমুনিৰ চৰিত্ৰ ৰূপায়ন কৰিছিল । ভাওনাত ৰূপজ্যোতিয়ে লোৱা ভাও এতিয়া সকলোতে হৈ পৰিছে আলোচনাৰ এক সুন্দৰ বিষয়বস্তু ৷
Exit mobile version