Site icon Guwahati Times

Exclusive : Cricketer Vivian Richard.

Exclusive : Cricketer Vivian Richard.

গুৱাহাটী টাইমছৰ সমূহ দৰ্শক তথা অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৱেষ্ট ইণ্ডিছ দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা কিংবদন্তী sir Vivian Richard য়ে। নিজ ক্ৰীড়া শৈলীৰে অজস্রজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ক্ৰিকেটাৰগৰাকী। অসমলৈ আহি ৰাজ্যখনৰ বিষয়ে আৰু অসমৰ খাদ্যৰ বিষয়ে কি ক’লে কিংবদন্তী ক্ৰিকেটাৰ গৰাকীয়ে? অনাগত বিশ্বকাপত তেওঁৰ পছন্দৰ দল কোনটো? অসমৰ ক্ৰিকেট খেলুৱৈয়ে জাতীয় দলক প্ৰতিনিধিত্ব কৰাক লৈ তেওঁ কি ভাবে ? sir Vivian Richard ৰ সৈতে গুৱাহাটী টাইমছৰ সাংবাদিক শ্বাহ আলমৰ Exclusive Interview. Shah Alam report, Guwahati Times Media.

Exit mobile version