Site icon Guwahati Times

সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু

জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে। নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ লোকজনক নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ সাংবাদিক মনজিৎ মহন্তই সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ।

সাংবাদিকগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা ল’বলৈ দাবী জনাইছে সংগঠনটোৰ ৰাজ্যিক সম্পাদক জোৱালা সিঙে।

Exit mobile version