Site icon Guwahati Times

ক’ভিড ভেকচিন লোৱা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি মনীষ কুমাৰ

ভাৰতত আজি আৰম্ভ হোৱা ক’ভিড ছিটাকৰণৰ প্ৰথমগৰাকী ক’ভিড ছিটা লোৱা ব্যক্তিৰূপে পৰিগণিত হ’ল মনীষ কুমাৰ।

ক’ৰোনাৰ সময়ৰ এগৰাকী ছেনিটেচন কৰ্মী ৰূপে ক’ভিডৰ বিৰুদ্ধে যুঁজ আগবঢ়োৱা মনীষ কুমাৰ নিয়োজিত আছিল দিল্লীৰ এইমছ হাস্পতালৰ ছেনিটাইজেচনত। মনীষ কুমাৰক দিল্লীৰ এইমছতে প্ৰদান কৰা হয় ছিটা।

কুমাৰক ছিটাকৰণৰ সময়ত ভাৰতৰ স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনো উপস্থিত থাকে। এই অনুষ্ঠানতে এইমছৰ সঞ্চালক ৰণদ্বীৰ গুলেৰীয়ায়ো লয় ছিটা।

Exit mobile version