Site icon Guwahati Times

বিজেপিত যোগদান কৰিব বাঁহী বাদক দীপক শৰ্মাই

গুৱাহাটী: বিজেপিত যোগদান কৰিব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাই।

আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহী বাদকগৰাকীয়ে মঙলবাৰে বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

বিজেপিৰ এক সূত্ৰই সদৰী কৰিছে এই খবৰ।

Exit mobile version