Site icon Guwahati Times

বোকাজানৰ বৰপথাৰ আৰক্ষী নাকা তালাচীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

বোকাজানৰ বৰপথাৰ আৰক্ষী নাকা তালাচীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী MN 04C 0332 নাম্বাৰৰ গেছ পৰিবাহী ট্ৰাকৰ পৰা জব্দ গাঞ্জাখিনি।

151 কেজি ওজনৰ গাঞ্জাখিনি 13 টা পেকেট কৰি ট্ৰাকখনৰ ভিতৰত লুকুৱাই আনিছিল।

এই সংক্ৰান্তত তিনিজন ব্যক্তিক আটক কৰা হৈছে ক্ৰমে
হোজাই যোগিজানৰ জয়মণি সিংহা(28),
বোকাজান অমৰাজানৰ হাকিম বসুমতাৰী (29)
ধেমাজি গোগামুখৰ
অমৰজিত সিং (30)।

উদ্ধাৰ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা

Exit mobile version