Site icon Guwahati Times

গেলেকী দেওপানীত অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল।

অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰিয়ে চাহ জনজাতি লোকসকলক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছত অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল।

সংবাদ মেলৰ জৰিয়তে সকীয়নী আদিত্য খাকলাৰিক।

Exit mobile version