Site icon Guwahati Times

হজম শক্তি বৃদ্ধিৰ পৰা যৌন শক্তি বৃদ্ধিলৈকে…এক চামুচ ঘিয়ে সলনি কৰি পেলাব আপোনাৰ স্বাস্থ্য

ঘিউ ভিটামিন A, D, E, K ৰে পৰিপূৰ্ণ। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ঘিয়ে।

আয়ুৰ্বেদ শাস্ত্ৰৰ ঘিউক তৰল সোণ বুলি কোৱা হয়। খাদ্যৰ গুণগত মানদণ্ডৰ বাবে ঘিউৱে বহুতো উপাদানকে অতিক্ৰম কৰিব। ডায়েটিচিয়ানসকলে কয় যে, পুষ্টিগত মূল্যবিবেচনা কৰি প্ৰতিদিনে খোৱাৰ পাতত ঘিউ ৰাখিব লাগে। বিশুদ্ধ ঘিউৰ গুণাগুণবোৰ জানি লওক।

ঘিউ ভিটামিন A, D, E, K ৰে পৰিপূৰ্ণ। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ঘিয়ে।

ইয়াৰ নিয়মীয়া গ্ৰহণে যৌন শক্তি আৰু বীৰ্য উৎপাদন বৃদ্ধি কৰে। দৰাচলতে, ই শৰীৰৰ তাপ হ্ৰাস কৰে যিয়ে সম্ভোগৰ সময় বৃদ্ধি কৰাত সহায় কৰে। যদি আপুনি যৌন সম্পৰ্কীয় সমস্যাত ভুগি আছে, নিশ্চিতভাৱে গৰম গাখীৰত এচামুচ ঘি মিহলাই সেৱন কৰক।

ঘিয়ে হজম শক্তি বঢ়োৱাৰ সহায় কৰে। ঘিউত থাকে বিউট্ৰিক এচিড।  কোলনৰ কোষবোৰে এই এচিডক এনাৰ্জিৰ উৎস হিচাপে বিবেচিত কৰে। ইয়াৰ ফলত হজম ক্ষমতা বৃদ্ধি পায়।

নিশা নিয়মীয়াকৈ এগিলাচ গাখীৰত ঘি মিহলাই সেৱন কৰিলে, ই আপোনাৰ হজমৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। ই বিপাক বৃদ্ধি কৰে আৰু হজম প্ৰণালী শক্তিশালী কৰে। পাকস্থলীত গেছ উৎপন্ন হোৱাৰ পৰা মুখৰ আলচাৰ আদিলৈকে, সকলো সমস্যা নাইকিয়া হয়।

Exit mobile version