- শৰাইঘাট দলঙত পুনৰ অঘটন।
- শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ এজনৰ।
- দলঙৰ ওপৰত উদ্ধাৰ এখন ৱেগনআৰ বাহন।
- লগতে উদ্ধাৰ ৰাজব্রত বৰা নামৰ লোকজনৰ আধাৰ কাৰ্ড।
- উদ্ধাৰ হোৱা বাহনখনৰ পঞ্জীয়ন নং– AS01 AG 5321।
- ব্রহ্মপুত্রত লোকজনৰ সন্ধানত নদী আৰক্ষীৰ অভিযান।
শৰাইঘাট দলঙত পুনৰ অঘটন

