Site icon Guwahati Times

কাহিলিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

-নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছ।

-চিটীবাছখনে মহটিয়াই নিলে আন এখন বাহন।

– চিটীবাছখনৰ নম্বৰ AS 01 HC 6049।

– জানিব পৰা মতে, দুৰ্ঘটনাত আহত হৈছে কেইবাজনো লোক।

– গুৰুতৰভাৱে আহত দুজনক GMCHলৈ ততাটোয়াকৈ প্ৰেৰণ কৰা হৈছে।

Exit mobile version