Site icon Guwahati Times

গুৱাহাটীত গ্ৰেপ্তাৰ দুজন বাংলাদেশী উগ্ৰপন্থী

গুৱাহাটীত গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী

পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই উগ্ৰপন্থীক

উগ্ৰপন্থী দুজন বাহাৰ মিঞা আৰু ৰচুল হক

গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুজন আনচাকুল বাংলাদেশৰ সদস্য

দুয়ো গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছযোগে গুৱাহাটীলৈ আহিছিল

Exit mobile version