Site icon Guwahati Times

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি : পৰিবহণ বিভাগৰ অভিযানত জব্দ কেইবাখনো বাছ…

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলাইছে পৰিবহণ বিভাগে।

বৃহস্পতিবাৰে মহানগৰীত এনফোৰ্ছমেণ্ট বিভাগে কেইবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলাই বিসংগতি।

অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩ খনকৈ বাহন জব্দ।

জানিব পৰা মতে স্কুল বাছসমূহত নাই ছাত্রীৰ বাবে সা-সুবিধা।

যিখিনি সা-সুবিধা থাকিব লাগে জব্দকৃত এই বাহনসমূহত নাই পৰ্যাপ্ত সুবিধা।

সেয়েহে অভিযানকাৰী দলটোৱে এইসমূহ বাহন জব্দ কৰে।

Exit mobile version