মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ! Desk Admin 1 year ago মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ। আঠগাঁও আলু গুদামৰ সমীপৰ পৰা নিৰুদ্দেশ হয় কণমানি শিশুটি। বৃহস্পতিবাৰে নিজ বাসগৃহৰ চৌহদৰ বাহিৰত খেলি থকা অৱস্থাত সন্ধানহীন হয় শিশুটি ৷ অচিনাক্ত দুৰ্বৃত্তই শিশুটিক অপহৰণ কৰি নিয়াৰ সন্দেহ পৰিয়ালৰ ৷ ভৰলুমুখ থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ৷ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও শুকুৰবাৰেই নোলাল শিশুটিৰ সন্ধান ৷ শোকত মিয়ম্ৰান কণমানিটিৰ দুৰ্ভগীয়া পিতৃ- মাতৃৰ ৷ Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram