চাইবাৰ অপৰাধী দিলোৱাৰ হুছেইনক আটক। গুৱাহাটীৰ হাতীগাঁৱৰ এটা ভাড়াঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে। মৰিগাঁৱৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰিৰ মূল অভিযুক্ত দিলোৱাৰ হুছেইন। ধৃত দিলোৱাৰ হুছেইনৰ ভাড়াঘৰৰ পৰা জব্দ Central Bank of Indiaৰ ৫২১খন ATM কাৰ্ড।
গুৱাহাটীৰ হাতীগাঁৱৰ পৰা এজন চাইবাৰ অপৰাধী আটক

