Site icon Guwahati Times

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পুনৰ ৰাজপথৰ গাঁতত পৰি মৃত্যু এজন মেধাবী ছাত্ৰৰ

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পুনৰ ৰাজপথৰ গাঁতত পৰি মৃত্যু এজন মেধাবী ছাত্ৰৰ

সৌৰভ দাস নামৰ ছাত্ৰজন পথৰ গাঁতত পৰি আহত হৈছিল গুৰুতৰভাৱে।
দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় মেধাবী ছাত্ৰজনে।
১৪ জুলাইত জন্মদিনৰ উপহাৰ আনিবলৈ গৈ গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছিল সৌৰভ দাস GNRC হাস্পতালত শনিবাৰে নিশা মৃত্যু হয় সৌৰভৰ।

Exit mobile version